নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ ৬ষ্ঠ সংখ্যাঃ জুন, ২০২৬
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী
হাউলী টাউন, জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ জিতেন চৌধুৰী
Assamese e-magazine, Assamese Emagazine, Assamese Culture, Assamese Literature, Assamese short stories, Assamese
প্ৰিয় পঢ়ুৱৈসকল, লেখাসমূহ পঢ়িবৰ বাবে আপোনালোকে নিৰ্দিষ্ট লেখাটোত বা লেখকজনৰ নামটোত ক্লিক কৰা মাত্ৰকে সেই লেখাটো সন্নিৱিষ্ট থকা পেজটো খোল খাব।
বিঃদ্ৰঃ লেখা সমূহৰ মাজেৰে প্ৰকাশ পোৱা চিন্তা-চৰ্চা, মত-অভিমত লেখকসকলৰ সম্পূৰ্ণ নিজা। লেখা সমূহৰ মাজেৰে যদি কোনো বিভ্ৰান্তিৰ সৃষ্টি হয়, তাৰ বাবে সম্পাদক, মুখ্য সম্পাদক অথবা ঐশানুৰ লগত জড়িত কোনো ব্যক্তি জগৰীয়া নহ’ব। ইউনিকোড ব্যৱস্থাত অক্ষৰ বিন্যাস কৰা বাবে, কিছুমান শব্দৰ বানান ব্যৱহৃত যন্ত্ৰ অনুপাতে বেলেগকৈ বা ভুলকৈও প্ৰদৰ্শিত হ’ব পাৰে, তাৰ বাবে দুঃখিত।
উজান উলুৱাৰ শ্ৰীশ্ৰী ভোগেশ্বৰ মহাপ্ৰভু ~ ড° জিতুমণি চৌধুৰী
লোক-কৃষ্টি: পৰম্পৰা আৰু বিৱৰ্তন ~ তৰু ডেকা
সামাজিক মাধ্যম আৰু শিশু অপৰাধ প্ৰৱণতা ~পুলকিতা পাঠক
নৈমিষাৰণ্য আৰু নামঘৰ ~ কানন দাস
হে সময়... ~ ৰঞ্জিত কুমাৰ কলিতা
গল্পকাৰ সৌৰভ চলিহাঃ এক চমু অৱলোকন ~ মৃন্ময় ডেকা
গল্প গুচ্ছঃ
গুণজিৎ শইকীয়া ড° ইকবাল হোচেইন খান ৰিতুপৰ্ণ শৰ্মা পবিত্ৰ বৰগোহাঁই জুৰি গোস্বামী শৰ্মা প্ৰাঞ্জনা দাস কল্পনা কোঁৱৰ সাহিদা খাতুন নিৰুপমা ডেকা যুতিস্মিতা কলিতা ৰুবুল হুছেইন প্ৰনীতা দাস
চিত্ৰশিল্পী নবীন চন্দ্ৰ দাসৰ চিত্ৰশিল্প
যি সকল লেখক-লেখিকাই অতি কষ্ঠ আৰু সাধনাৰে লেখা প্ৰেৰণ কৰি "ঐশানু" ৰ ৬ষ্ঠ সংখ্যাটো প্ৰকাশ কৰাত সহায় কৰিলে, তেওঁলোকলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদৰ শৰাই আগবঢ়ালোঁ। আগন্তুক দিনবোৰতো আপোনলোৰ সহায় সহযোগীতা কামনা কৰিলোঁ।
শ্ৰদ্ধা আৰু স্নেহপূৰ্বক মুখ্য সম্পাদক, ঐশানু।