নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক ছমহীয়া অসমীয়া ই-আলোচনী
পঞ্চম বছৰঃ পঞ্চম সংখ্যাঃ নবেম্বৰ, ২০২৫
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী প্ৰতিষ্ঠাপক সম্পাদকঃ বিতুমণি বৰ্মণ
জিলাঃ বৰপেটা, অসম
এই সংখ্যাৰ সম্পাদকঃ ৰঞ্জিত কুমাৰ কলিতা
https://www.oisanuemagazine.in/
যিসকল লেখক-লেখিকাই অতি যত্নৰে সাৱলীল লেখাৰে "ঐশানু" পঞ্চম সংখ্যাটো মহিমামণ্ডিত কৰিলে, তেওঁলোকক কৃতজ্ঞতা তথা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ঐশানুৰ শুভাকাংক্ষী সকলৰ দ্বাৰা ৰচিত কেইখনিমান উল্লেখযোগ্য গ্ৰন্থ।