ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
https://www.oisanuemagazine.in/
সম্পাদকৰ কলম ....
এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি স্বৰূপ সাহিত্য আৰু সংস্কৃতি৷ বর্তমান সময়ত আমি সকলোৱে কৰ’ণাত আতংকগ্ৰস্থ৷ তথাপিও সাহিত্যক জীয়াই ৰাখিব লাগিব৷ সেই উদ্দেশ্যে আগত ৰাখিয়েই বৰপেটা জিলাৰ হাউলী অঞ্চলৰ লেখক-লেখিকাৰ লগতে সমগ্ৰ অসমৰ লিখি ভাল পোৱা কিছুমান লেখক-লেখিকাৰ সহযোগত তিনিমহীয়া ই-পত্ৰিকা ‘ঐশানু’ৰ প্ৰথম সংখ্যাটি ইতিমধ্যে প্ৰকাশ হৈছে। পঢ়ুৱৈ সমাজে প্ৰথম সংখ্যাটি আঁকোৱালি লোৱাৰ পিছত আমি দ্বিতীয় সংখ্যাটি প্ৰকাশ কৰিবলৈ ওলাইছো।
‘ঐশানু’ত যিসকলে লিখিছে তেওঁলোকৰ কলম অবিৰতভাৱে চলি থাকক৷ এয়া আমাৰ কাম্য৷পত্ৰিকাখনত সহায়-সহযোগ আগবঢ়োৱা শ্ৰদ্ধাৰ বিজ্ঞাপন দাঁতা আৰু ‘সৃষ্টি প্ৰকাশন’ৰ কর্মকর্তালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷
সদৌ শেষত পঢ়ুৱৈ সমাজে ‘ঐশানু’ৰ দ্বিতীয় সংখ্যাটিও আদৰি ল’ব বুলি আশা কৰাৰ লগতে পত্ৰিকাখনত অজানিতে হোৱা ভুল-ভ্ৰান্তিৰ বাবে ক্ষমা বিচাৰি মোৰ সম্পাদকীয় কলম ইমানতে সামৰিলোঁ৷
বিতুমণি বর্মন
সম্পাদক
‘ঐশানু’
Contact For Advertisement---- 98596 16507