ঐশানু
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
নমস্কাৰ। আপুনিও ঐশানুৰ সভ্যহৈ ঐশানুক আগুৱাই নিব পাৰে। গতিকে আজিয়ে ঐশানুৰ সভ্য হওঁক।
ভাষা-সাহিত্য, কলা-সংস্কৃতি বিষয়ক তিনিমহীয়া অসমীয়া ই- আলোচনী
প্ৰথম বছৰঃ প্ৰথম সংখ্যাঃ ডিচেম্বৰ, ২০২০
মুখ্য সম্পাদকঃ ড° জিতুমণি চৌধুৰী সম্পাদকঃ বিতুমণি বৰ্মন
প্ৰকাশকঃ সৃষ্টি প্ৰকাশন, হাউলী
জিলাঃ বৰপেটা, অসম
ছেইণ্ট টেৰেছা ইংলিছ মিডিয়াম স্কুল, বৰপেটাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ প্ৰিয়াংশু বসাক তালুকদাৰে অঁকা ছবি
গুৱাহাটীৰ নিৰিবিলি কাশ্যপে অংকন কৰা ছবি।
হেপী কন্ভেণ্ট স্কুল ধুবুৰীৰ আনিক বসাক তালুকদাৰে অঁকা ছবি।
হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ছাবিনা ইয়াছমিনে অঁকা ছবি
হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আঞ্জুমী মেগফেৰাটে অঁকা স্কেট্চ ছবি
অসম ঐতিহ্য ৰংঘৰ । ফটো: জিতুমণি ।